সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ফল আদি বেয়া হোৱা বা গলিবলৈ ধৰা কার্য
উদাহরণ : পাচিত ৰখা ফলবোৰ গেলিছে
সমার্থক : গেলা, টেঙা হোৱা
অর্থ : অধিক সময় ধৰি পৰি থকাৰ কাৰণে যি দুর্গন্ধযুক্ত বা পচিবলৈ ধৰিছে
উদাহরণ : ভিখাৰীয়ে পঁ্চা খাদ্য খাই আছে
অর্থ : গেলিবলৈ বা পচিবলৈ ধৰা শস্য বা ফল বিশেষ
উদাহরণ : খেতিয়কজনে পঁ্চা ঘেঁহুবোৰ ৰʼদত শুকুৱাই আছে
সমার্থক : উৱলা
ইনস্টল