সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : সুগন্ধি ফুলযুক্ত একপ্রকাৰৰ উদ্ভিদ
উদাহরণ : সাধু মহাৰাজে নিজৰ কুটীৰটোৰ চাৰিওফালে নৱমল্লিকা ফুল লগাই ৰাখিছে
সমার্থক : চামেলি
অর্থ : এক প্রকাৰৰ সৰু চানেকীয়া বগা ৰঙৰ সুগন্ধি ফুল
উদাহরণ : তেওঁৰ ঘৰৰ সন্মুখ আহি পোৱাৰ লগে লগে মালতী ফুলৰ সুগন্ধি আহি নাকত লাগেহি
সমার্থক : নেৱালি, নেৱালী, মালতী
ইনস্টল