সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিজন চৰকাৰী বিষয়াৰ সন্মুখত অপৰাধীৰ অভিযোগ আদিৰ বিচাৰ আৰু ৰায় দিয়াৰ কাৰণে হাজিৰ কৰা হয় আৰু যিজনে প্রশাসনিক কাম-কাজ আদিও কৰে
উদাহরণ : ন্যায়াধীশৰ অনুপস্থিতিৰ কাৰণে আজি শুনানী লʼব পৰা নগʼল
সমার্থক : দণ্ডাধীশ, মেজিষ্ট্রেট
অর্থ : আদালতৰ সোধ লোৱা বিচাৰক যিয়ে কোনো গোচৰৰ ৰায় প্রদান কৰে
উদাহরণ : বিশ্বাসী আৰু সৎ ব্যক্তিহে এজন ভাল ন্যায়াধীশ হʼব পাৰে
সমার্থক : জজ, হাকিম
ইনস্টল