সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : চৰকাৰে প্রচলন কৰা এক বিশেষ ধৰণৰ কাগজ যʼত টকাৰ সংখ্যা ছপা কৰা থাকে আৰু যাক টকাৰ মুদ্রাৰ সমৰূপত চলোৱা হয়
উদাহরণ : তেওঁ ্ মোক এশ এশকৈ নোটবোৰ দেখুৱাই আছিল
অর্থ : কোনো ব্যাখ্যা আদিৰ সংক্ষিপ্ত আলেখ্য
উদাহরণ : তুমি মোক সেইদিনাৰ পাঠদানৰ নোটখিনি দিব পাৰিবানে ?
সমার্থক : টোকা
অর্থ : মনত ৰাখিবৰ বাবে লিখি বা ওলমায় ৰখা বস্তু
উদাহরণ : নোটটো ফ্রিজৰ ওপৰত লগায় দিবা
ইনস্টল