সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : শৰীৰৰ যি ইন্দ্রিয়ৰ দ্বাৰা প্রাণীয়ে ৰূপ, বর্ণ, বিস্তাৰ আৰু আকাৰ আদিৰ জ্ঞান লাভ কৰে
উদাহরণ : সেই ছোৱালীজনীৰ চকুকেইটা বৰ ধুনীয়া সীতাৰ হৰিণীনয়না চকুজুৰি অন্যতম আকর্ষণ
সমার্থক : অক্ষি, চকু, চক্ষু, নয়ন, লোচন, ্দর্শনেন্দ্রিয়
অর্থ : নেত্র বা চকু সম্বন্ধীয়
উদাহরণ : কুকুৰীকণা এবিধ নেত্র ৰোগ
সমার্থক : চাক্ষুষ
ইনস্টল