সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যʼত কোনো সোৱাদ নাই
উদাহরণ : আজিৰ আহাৰ সেৰসেৰীয়া হৈছে
সমার্থক : বিৰস, সেৰসেৰীয়া, সেৰেকা, সোৱাদ নোহোৱা, স্বাদহীন
অর্থ : যিটো ৰুচিপূর্ণ নহয়
উদাহরণ : এইটো আপোনাৰ কাৰণে অৰুচিকৰ কাহিনী হৈছে যদিও মই ইয়াত আনন্দ পাইছোঁ
সমার্থক : অসাৰ, অৰুচিকৰ, ৰসহীন, ৰুচিহীন
ইনস্টল