সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : আকাশ ৰঙৰ বা নীল বৰণৰ
উদাহরণ : চিত্রকৰে প্রাকৃতিক দৃশ্যটো আঁকোতে আকাশত নীলা ৰং দিবলৈ পাহৰিলে
সমার্থক : নীল বৰণ, নীল-ৰং, নীলত্ব, নীলা, নীলা ৰং
অর্থ : নীলা হোৱা অৱস্থা
উদাহরণ : স্বাতিৰ চকুৰ নীলাভখিনি গুচি গʼল
সমার্থক : নীলত্ব
অর্থ : মুকলি ঠাইত ওপৰলৈ চালে যি শূন্য মণ্ডল দেখা পোৱা যায়
উদাহরণ : আকাশখন কʼলা ডাৱৰে আৱৰি আছে
সমার্থক : অন্তৰীক্ষ, অভ্র, অম্বৰ, আকাশ, আসমান, খ, গগন, নভ, নভঃ, নভস, ব্যোম, শূন্য
ইনস্টল