সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : আকাশ ৰঙৰ বা নীল বৰণৰ
উদাহরণ : চিত্রকৰে প্রাকৃতিক দৃশ্যটো আঁকোতে আকাশত নীলা ৰং দিবলৈ পাহৰিলে
সমার্থক : নীল বৰণ, নীল-ৰং, নীলত্ব, নীলা ৰং, নীলিমা
অর্থ : যিটো নীলা ৰঙৰ
উদাহরণ : নীলা আকাশখন স্বচ্ছ আৰু ধুনীয়া লাগিছে
সমার্থক : নীল
ইনস্টল