সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : প্রতিটো পল বা সকলো সময়তে
উদাহরণ : আমি সদায় সঁ্চা কথা কোৱা উচিত
সমার্থক : অণুক্ষণ, অহৰহ, ওৰেও, চিৰকাল, নিত, নিতু, নিতে, নিত্য, নিৰন্তৰ, নিৰন্তৰে, প্রতিক্ষণ, প্রতিনিয়ত, বাৰেওকাল, বাৰেওটিকাল, সদা, সদায়, সর্বদ্া
অর্থ : যাৰ বা যʼত কোনো সীমা নাই
উদাহরণ : তেওঁ সীমাহীন যাত্রাত গৈছে, তেওঁৰ ঘূৰি আহিবলৈ দহ দিনো লাগিব পাৰে বা এশ দিনো লাগিব পাৰে
সমার্থক : সীমাহীন
ইনস্টল