সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কাম আদি কৰাৰ বাবে নি্র্ধাৰণ কৰা শৈলী
উদাহরণ : যদি তুমি এই ঢঙেৰে কাম কৰা তেনেহʼলে পিছত বহুত পস্তাবা
সমার্থক : কায়দা, ঢঙ, পদ্ধতি, বিধি, শৈলী, ৰীতি
অর্থ : ব্যৱহাৰ বা আচৰণৰ বিষয়ত নীতি, ্ধর্ম, বিধি আদিৰ জৰিয়তে নিশ্চিত কৰা ৰীতি বা প্রতিবন্ধতা
উদাহরণ : আমি নিজৰ নিয়মৰ পালন কৰা উচিত
সমার্থক : কায়দা, বাদ, সিদ্ধান্ত
অর্থ : কোনো প্রকাৰৰ স্থিৰ কৰা ৰীতি বা ব্যৱস্থা
উদাহরণ : যিকোনো সংস্থা, দেশ আদিক চলাবৰ বাবে কিছুমান নিশ্চিত নিয়ম বনোৱা হয়
অর্থ : কোনো বিধান বা আইনী গ্রন্থৰ সেই অংশ যʼত কোনো এক অপৰাধ, বিষয় বা কামৰ বিষয়ে কোনো কথা কোৱা হৈছে বা লিখা আছে
উদাহরণ : দফা ৪২০-ৰ অধীনত ঠগবাজিৰ শাস্তি বিহা হয়
সমার্থক : দফা, ধাৰা
ইনস্টল