সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : নিতান্তই হোৱা বা হʼবলগীয়া কথা বা ঘটনা
উদাহরণ : অৱশ্যমভাবীতাক কোনে আওকাণ কৰিব পাৰে
সমার্থক : আৱশ্যমভাবীতা
অর্থ : যি নিশ্চিত আৰু অটল দৈৱ বিধান মতে মানুহৰ সকলো কার্য আগতেই ঠিক হৈ থকা বুলি বিশ্বাস কৰা হয় আৰু যাৰ স্থান কপালত বুলি মনা হয়
উদাহরণ : কর্মত বিশ্বাস কৰা লোকে ভাগ্য বিশ্বাস নকৰে
সমার্থক : কপাল, ভাগ্য, ললাট
ইনস্টল