সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : গছৰ গাৰ পৰা ওলোৱা বা পিচি উলিওৱা তৰল পদার্থ বিশেষ
উদাহরণ : কিছুমান গছৰ ৰস ঔষধি হিচাপে ব্যৱহাৰ কৰা হয়
সমার্থক : মন্দ, ৰস
অর্থ : ভাল গোন্ধ
উদাহরণ : ফুলৰ সুগন্ধই বাগিচাখন আমোলমোলাই আছে
সমার্থক : পৰিমল, সুগন্ধ, সুঘ্রাণ, সুবাস, সুৰভি, সৌগন্ধ, সৌৰভ, সৌৰভ্য
অর্থ : কোনো বস্তু চেপিলে বা পিচিলে ওলোৱা তৰল পদার্থ
উদাহরণ : পদিনাৰ ৰস পেটৰ কাৰণে বৰ ভাল
সমার্থক : অর্ক, আৰক, মূল, ্সাৰ অংশ, ৰস
ইনস্টল