সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : সমাপ্ত হোৱাৰ ভাব বা কার্য
উদাহরণ : মহাত্মা গান্ধীৰ দেহাৱসানৰ লগে লগে এটা যুগৰ অন্ত পৰিল
সমার্থক : অন্ত, অৱধি, অৱসান, ইতি, উপসংহাৰ, ওৰ, খতম, নিঃশেষ, নিষ্পাদন, পতন, পৰিসমাপ্তি, যতি, যৱনিকা, শেষ, শেহ, শেহান্তৰ, সমাধা, সমাপন, সমাপ্তি, সম্পূর্ণ, সাং
অর্থ : ভাবি-চিন্তি সঠিক নি্র্ণয় ্ কৰা বা ফলাফল উলিওৱা ক্রিয়া
উদাহরণ : মোৰ সমস্যাৰ সমাধান হৈ গʼল
সমার্থক : মীমাংসা, সমাধান, সমিধান, সিদ্ধান্ত
অর্থ : মিত-মাত কৰা কার্য ্বা ভাৱ
উদাহরণ : মই ঘৰুৱা বিবাদৰ নিষ্পত্তি কৰি সোনকালেই ঘূৰি আহিম
সমার্থক : ফৈচলা, ফয়চলা, মিত-মাত
ইনস্টল