সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : এবাৰ চকু মুদিবলে যিমান সময় লাগে সিমান পৰিমাণৰ সময়
উদাহরণ : পলকৰ বাবে আৰাম কৰি আগ বঢ়া যাৱক
সমার্থক : ক্ষণিক, পলক
অর্থ : কাল বা সময়ৰ সবাটোকৈ সৰু একক
উদাহরণ : এক ক্ষণ পলৰ চাৰি ভাগৰ এভাগৰ সমান
সমার্থক : ক্ষণ, লহমা
অর্থ : চকুৰ পলক বা পচাৰ
উদাহরণ : নিমিষত পৃথিৱী ওলট-পালট হʼব পাৰে
সমার্থক : নিমিষ
ইনস্টল