সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো কার্যত সন্মিলিত হʼবলৈ কাৰোবাক আদৰেৰে কোৱা বা মতা কার্য
উদাহরণ : শীলাবাইদেউৰ নিমন্ত্রণতহে মই এই কার্যত ্ভাগ লʼলো
সমার্থক : আমন্ত্রণ, আহ্বান
অর্থ : কোনো মাংগলিক কার্য আদিত সন্মিলিত হʼবৰ কাৰণে বন্ধু-বান্ধৱ, মিতিৰ-কুটুম্বক নিজৰ ঠাইলৈ মতা কার্য
উদাহরণ : আজি মোৰ বন্ধুৰ পৰা নিমন্ত্রণ আহিছে
ইনস্টল