সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : নিন্দা কৰোতা বা আনৰ বিষয়ে বেয়াকৈ কৈ ফুৰা লোক
উদাহরণ : কবীৰে নিন্দুকসকলক কাষত ৰাখিবলৈ উপদেশ দিছে
সমার্থক : অপবাদী, নিন্দক
অর্থ : যি আনৰ নিন্দা কৰি থাকে
উদাহরণ : নিন্দুক ব্যক্তিয়ে আনৰ নিন্দা নকৰালৈকে শান্তি নাপায়
সমার্থক : অপবাদক, অপবাদী
ইনস্টল