সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো কামত বা কথাত মানা কৰা
উদাহরণ : ন্যায়ালয়ৰ আদেশ অনুসৰি ৰাজহুৱা স্থানত ধুম-পান কৰা নিষেধ
সমার্থক : নিবাৰণ, নিষেধ, বাধা, বাধা-নিষেধ, বাৰক, মানা, হাক, হাক-বচন
অর্থ : স্বীকাৰ নকৰাৰ ভাব বা কার্য
উদাহরণ : প্রধান শিক্ষকে মোৰ আবেদন পত্রত অসন্মতি প্রকাশ কৰিলে
সমার্থক : অগ্রাহ্য, অননুমোদন, অনিচ্ছা, অমত, অমান্তি, অসন্মতি, অসমর্থন, আপত্তি, দ্বিমত, প্রত্যাখান, মানা
অর্থ : কোনো কথা, বস্তু আদিক স্বীকাৰ নকৰা কার্য
উদাহরণ : আপুনি মোৰ এই অনুৰোধ অস্বীকাৰ নকৰিব
সমার্থক : অস্বীকাৰ
অর্থ : যিটো স্বীকৃত নহয় বা স্বীকাৰ কৰা হোৱা নাই
উদাহরণ : চৰকাৰে শ্রমিকসকলৰ দাবী খাৰিজ কৰিলে
সমার্থক : অননুমোদিত, অস্বীকৃত, খাৰিজ, প্রত্যাখ্যাত
অর্থ : যিয়ে সহমত পোৱা নাই
উদাহরণ : এতিয়াও চৰকাৰে এই আঁচনিখন নামঞ্জুৰ কৰিলে
সমার্থক : অসন্মতি, অস্বীকৃত, সহমতহীন
ইনস্টল