সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিটো শুনা যায়
উদাহরণ : এটা তীব্র শ্্ব্দই তাৰ মনোযোগ ভাঙি দিলে
সমার্থক : অনুনাদ, আৰাও, আৰাৱ, আৱাজ, ডাক, ধ্বনি, নিনাদ, নিস্বান, শ্্ব্দ, স্বন, স্বনন, স্বৰ, ৰণন, ৰাৱ
অর্থ : জোৰেৰে হোৱা শ্্ব্দ
উদাহরণ : শংখৰ নাদৰ পিছত মহাভাৰতৰ যুদ্ধ আৰম্ভ হʼল
সমার্থক : ধ্বনি
অর্থ : কিছু সময় ধৰি বাজি থকা তীব্র ধ্বনি
উদাহরণ : যুদ্ধৰ নাদ শুনি ভীৰুবোৰৰ বুকু কঁপি উঠিল
সমার্থক : ঘোষ
ইনস্টল