সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো বস্তু কাম আদি নষ্ট হৈ যোৱা
উদাহরণ : তেওঁৰ ব্যৱসায় সম্পূর্ণৰূপে ডুবিল
সমার্থক : ডুবা
অর্থ : কোনো বস্তুৰ ৰূপ-গুণ কমি অহা বা সি ক্রমে আগৰ অৱস্থাৰ পৰা বেয়া হৈ অহা কার্য
উদাহরণ : এই যন্ত্রটো নষ্ট হৈ গʼল
সমার্থক : অনিষ্ট হোৱা, বিকাৰ ঘটা, বিকৃত হোৱা
ইনস্টল