সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : নিঃসৰণ বা নিষ্কাশনৰ বাবে থকা নলীৰ নিচিনা গঠন যʼত কিছুমান তৰল থাকে
উদাহরণ : আমাৰ শৰীৰত কেইবা ধৰণৰ নলিকা থাকে
সমার্থক : নলিকা
অর্থ : পানী বৈ যোৱা সৰু পথ বা সৰু জান
উদাহরণ : জাবৰ-জোথৰ উটি অহাৰ ফলত নর্দম্াৰ মুখখন বন্ধ হৈ গʼল
সমার্থক : নর্দম্া, নলা, লোৰ
অর্থ : গোল-দীঘলীয়া ফোঁপোলা বস্তু
উদাহরণ : তেওঁ ্ পাইপেৰে নাৰিকলৰ পানী খাই আছে
সমার্থক : চুঙা, চুঙী, নল, নলা, নলিচা, পাইপ
অর্থ : যিডাল ধাতুৰ নলীৰে চহৰ-নগৰৰ ঘৰে ঘৰে খোৱাপানী, গা-ধোৱা পানী আহে
উদাহরণ : এতিয়ালৈকে পানী-নলীত পানী অহাই নাই
সমার্থক : টেপ, পানী-নলী
ইনস্টল