সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ওপৰৰ পৰা তলৰ ফালে অনা কার্য
উদাহরণ : কুঁৱলীৰ কাৰণে উৰাজাহাজ অৱতৰণত অসুবিধা হৈছে
সমার্থক : অৱতৰণ
অর্থ : থিয় হৈ থকা কোনো বস্তুক হাউলিবলৈ প্রবৃত্ত কৰা
উদাহরণ : ফল চিঙিবৰ কাৰণে ডালবোৰ তললৈ নমোৱা হয়
সমার্থক : হাউলা
অর্থ : ওপৰৰ পৰা তলৰ ফালে অনা
উদাহরণ : মোহনে ট্রাকৰ পৰা বস্তু নমাই আছে
ইনস্টল