সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিটো এতিয়া সজা, উলিওৱা বা প্রস্তুত কৰা বা প্রকাশিত হৈছে
উদাহরণ : এতিয়া আমি আপোনাক পাব পৰা নতুন বস্তুৰ বিষয়ে খবৰ দিম
সমার্থক : আধুনিক, নবীনতম, নৱ, লেটেষ্ট
অর্থ : যি প্রবীণ নহয়
উদাহরণ : নবীন খেলুৱৈসকলেও ভাল খেল প্রদর্শন কৰিছে
সমার্থক : তৰুণ, নবাগত, নবীন
অর্থ : যিজনে কোনো কাম এইমাত্রহে শিকিছে
উদাহরণ : এই কামটো নতুন মানুহেও কৰিব পাৰে
সমার্থক : অনভ্যস্ত, অপৈণত, অপৰিপক্ক, অসিদ্ধ, নতুন শিকাৰু, নতুনকৈ শিকা, নশিকাৰু, নৱ শিকাৰু
অর্থ : যাৰ আগতে অস্তিত্ব নাই
উদাহরণ : আমি কোনো নতুন কাম কৰিব লাগে
সমার্থক : অভিনৱ, নবীন, নৱ
অর্থ : যিটো বনোৱা, ওলোৱা বা প্রস্তুত কৰা বেছি দিন হোৱা নাই:বৈজ্ঞানিক ক্ষেত্রত ৰবট এক নতুন আৱিষ্কাৰ
উদাহরণ :
সমার্থক : অভিনৱ, ন, নবীন, নব্য, নৱ
ইনস্টল