সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : চন্দ্রৰ মার্গত ্ থকা স্থিৰ তৰাৰ সাতাইশটা সমূহ যাক ভিন ভিন ৰূপ বা আকাৰত পোৱা যায় আৰু যাৰ বেলেগ বেলেগ নাম আছে
উদাহরণ : নক্ষত্র সাতাইশটা আছে
অর্থ : ৰাতিৰ আকাশত দেখা পোৱা উজ্জ্বল, স্থিৰ আৰু গোলাকাৰ পিণ্ড
উদাহরণ : ৰাতিৰ আকাশত তৰাই তিৰবিৰায় পৃথিৱীৰ পৰা বহুত দূৰত হোৱা কাৰণে তৰাবোৰ সৰু দেখা যায়
সমার্থক : জ্যোতিষ্ক, তাৰকা, তৰা
ইনস্টল