সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : মানুহ আৰু অন্যান্য জীৱ-জন্তুৱে বাস কৰা সৌৰজগতৰ এটি গ্রহ
উদাহরণ : পৃথিৱী সূর্যৰ ্ চাৰিওফালে ঘূৰে
সমার্থক : ইহজগত, জগত, জীৱলোক, ধৰণী, ধৰা, পৃথিৱী, বসুধা, বসুমতী, বিশ্ব, ভূ, ভূলোক, ভূৱন, মর্ত্য, মেদিনী
অর্থ : হিন্দু ধর্মগ্রন্থত বর্ণিত গোটেই সংসাৰক ধাৰণ কৰি থকা এগৰাকী দেৱী
উদাহরণ : ধর্মগ্রন্থত ধৰিত্রীক ভগৱান বিষ্ণুৰ পত্নী বুলি কোৱা হৈছে
সমার্থক : অদিতি, ধৰিত্রী আই, ধৰিত্রী মাতা, পৃথিৱী, বসুন্ধৰা
ইনস্টল