সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : পৃথিৱীৰ একেবাৰে ওপৰৰ ভাগ
উদাহরণ : সম্পূর্ণ ধৰ্াতল জল আৰু স্থল এই দুই ভাগত বিভক্ত
সমার্থক : ভূ-তল, ভূ-পৃষ্ঠ, ভূ-ভাগ, মাটি, স্থলভাগ
অর্থ : যি ঠাইত আমি প্রাণীবোৰে বাস কৰো
উদাহরণ : সংসাৰত জন্মিলে এদিন মৰিবই লাগিব
সমার্থক : ইহজগত, ইহলোক, জগত, জাহান, জীৱলোক, দুনীয়া, নৰলোক, পৃথিৱী, পৃথিৱীলোক, বসুধা, বিশ্ব, ভুৱন, ভৱসাগৰ, মনুষ্যলোক, মর্ত্যলোক, মৰজগত, লোক, সংসাৰ, সৃষ্টি
ইনস্টল