সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি জনে কাপোৰ-কানি ধোৱা বৃত্তি অৱলম্বন কৰি চলে
উদাহরণ : ধোবাই ধোবাঘাটত কাপোৰ ধুই আছে
সমার্থক : ধুবী, ৰজক
অর্থ : কাপোৰ ধোৱা কাম কৰা এটা জাতি
উদাহরণ : এই গাৱত ধোবাৰ দহটা পৰিয়াল থাকে
সমার্থক : ধোবা জাতি, ৰজক
ইনস্টল