সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : গছৰ ডাল, গা-গছ আদিত ওলোৱা ফোঁপোলা অংশ
উদাহরণ : আঁহত গছজোপাৰ ধোন্দত এডাল সাপ আছে
সমার্থক : খোৰোং, ধোন্দা, সুৰুঙা
অর্থ : কোনো বস্তু আদিৰ খালী হৈ থকা ভাগ
উদাহরণ : গছৰ ধোন্দত বহি সাপে ফোঁচফোঁচাই আছে
সমার্থক : ধোন্দা, ফোপোলা অংশ, ফোপোলা ভাগ
ইনস্টল