সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি লোক খুউব ধূর্ত
উদাহরণ : তোমাৰ দৰে টেঙৰৰ পৰা দূৰত থকাই ভাল
সমার্থক : চতুৰ, চালাক-চতুৰ, টেঙৰ, ধূর্ত, ্চালাক
অর্থ : ঠগ-প্রৱঞ্চনা কৰোঁতা
উদাহরণ : মোহন এজন প্রৱঞ্চক লোক , তেওঁৰ ্ পৰা সাৱধানে থাকিবা
সমার্থক : কু-চক্রী, কূটিল, চক্রী, চতুৰ, ছলাহী, তঞ্চকী, দুৰাশয়, প্রতাৰক, প্রৱঞ্চক, বঞ্চক, ভণ্ড, শলাল
ইনস্টল