সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : আকাৰ ইঙ্গিতৰ দ্বাৰা লুকাই ৰখা কথা বুজি লোৱা
উদাহরণ : চাকৰণীজনীক দেখিয়েই মই ধাৰণা কৰিব পাৰিছিলো যে তাই কিবা লুকুৱাই ৰাখিছে
সমার্থক : বুজ পোৱা
অর্থ : অনুমানৰ এক অৱস্থা
উদাহরণ : আপুনি এই কলমটোৰ মূল্য অনুমান কৰকচোন ?
সমার্থক : অনুমান কৰা
অর্থ : অনুমানৰ ভিত্তিত কিবা অনুভৱ কৰা
উদাহরণ : মোৰ তেওঁ ্নাহিব যেন লাগিছে
সমার্থক : গম পোৱা, লগা
ইনস্টল