সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : শৰীৰৰ পৰা কলিজালৈ তেজ অনা-নিয়া কৰা নলী
উদাহরণ : বেজে নাড়ী পৰীক্ষা কৰিছে
সমার্থক : নাড়ী, শিৰা, সিৰ
অর্থ : হৃদযন্ত্রৰ পৰা বিশুদ্ধ তেজ সমগ্র শৰীৰলৈ কঢ়িয়াই লৈ যোৱা ৰক্তবাহী নলী বিশেষ
উদাহরণ : ধমনীত বিশুদ্ধ তেজ চলাচল কৰে
অর্থ : শৰীৰত তন্তুময় সংযোগী শিৰাৰে গঠিত হোৱা সেই নলী যি পেশীক হাড় বা অন্য কোনো ভাগৰ সৈতে সংলগ্ন কৰি ৰাখে
উদাহরণ : আমাৰ শৰীৰত গোৰোহাৰ পিছফালে সকলোতকৈ সবল সিৰাডাল আছে
সমার্থক : নাড়ী, সিৰা
ইনস্টল