সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : নি্র্ধনী ব্যক্তি
উদাহরণ : মহাজন মনোহৰ দাসে সদায় দৰিদ্রৰ সহায় কৰে
সমার্থক : গৰীব, দুখীয়া, নির্ধন, ফকীৰ
অর্থ : যাৰ হাতত ধন নিচেই কম থাকে বা একেবাৰেই নাথাকে
উদাহরণ : নি্র্ধনী ব্যক্তিয়ে পৰিশ্রম কৰি ধনী হʼব পাৰে
সমার্থক : গৰিব, গৰীব, দুঃস্থ, দুখীয়া, ধনহীন, নিধনী, নি্র্ধন, নি্র্ধনী
ইনস্টল