সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যাৰ দয়া আছে
উদাহরণ : দয়ালু লোকে সদায় আনক সহায় কৰে ভগবান সকলোৰে প্রতি দয়াশীল
সমার্থক : কাৰুণিক, কৃপাময়, কৃপালু, কৃপাশীল, কৰুণাময়, দয়াময়, দয়ালু, মৰমিয়াল, সদয় চিত্ত, সহৃদয়
অর্থ : যাৰ দশা বা অৱস্থা দেখি দয়া উপজে
উদাহরণ : তেওঁৰ ্দয়াশীল অৱস্থা দেখি মই কান্দি পেলালোঁ
সমার্থক : পুতৌ লগা
ইনস্টল