সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : দ্রৱত কোনো বস্তু মিহলি হোৱা কার্য
উদাহরণ : পানীত চেনি দ্রৱীভূত কৰি চৰবত তৈয়াৰ কৰা হয়
অর্থ : যি দ্রৱৰ দৰে পাতল হৈ পৰিল বা গলিত
উদাহরণ : পর্বতৰ গলিত হিমৰ বাবে সমুদ্রৰ স্তৰ বৃদ্ধি পায়
সমার্থক : গলিত, দ্রৱিত
অর্থ : দয়াৰে পৰিপূর্ণ ্হোৱা
উদাহরণ : ৰমেশৰ দশা দেখি মোহনৰ হৃদয় বিগলিত হৈ উঠিল
সমার্থক : বিগলিত
ইনস্টল