সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কাৰোবাৰ ওপৰত কোনো দোষ লগোৱা কার্য ্বা এওঁ অমুক দোষ বা অপৰাধ কৰিছে বুলি কাৰোবাৰ ওচৰত কোৱা কার্য
উদাহরণ : অনাহকতে কাকো দোষাৰোপ কৰা উচিত নহয়
সমার্থক : দোষাৰোপ
অর্থ : এওঁ এইদৰে কৰিছে বুলি কাৰোবাৰ বিষয়ে কোৱা:দুর্নীতিৰ অভিযোগত তেওঁক নিলম্বিত কৰা হৈছে
উদাহরণ :
সমার্থক : অনুযোগ, অভিযোগ, দোষাৰোপ, দোষী, নালিছ
ইনস্টল