সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : শৰীৰ বিজ্ঞান অনুসৰি শৰীৰৰ কোনো অংগ-প্রত্যংগক আৱৰি ৰখা এক ধৰণৰ আৱৰণ
উদাহরণ : বাহিকা নলীৰ বেধ অলপ শকত কশিকা নলীৰ ভিত্তিও থাকে
সমার্থক : বেধ, ভিত্তি
অর্থ : ঘৰ, কোঠা আদি আৱৰি থকা সেই অংশ যি শিল, ইটা, মাটি আদিৰে সজা হয়
উদাহরণ : শিলেৰে বনোৱা বেৰ মজবুত হয়
সমার্থক : প্রাচীৰ, বেৰ, বেৰা, ৱাল
ইনস্টল