সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : চলমান কৰোৱা বা দুলন কার্য
উদাহরণ : ঢৌবোৰ তাৰ আগে-পিছে দুলি আছিল
সমার্থক : জোকাৰি দিয়া, জোলা, দুলা, লৰা, হেন্দোলা
অর্থ : ওপৰত তুলি থোৱা স্বত্বেও কোনো বস্তুৰ কিছু অংশ তললৈ অলপ দূৰলৈকে আধাৰহীন হিচাপে থকা কার্য
উদাহরণ : বেৰত এডাল ৰচী ওলমি আছে
সমার্থক : ওলমা, ওলমি থকা
অর্থ : ঝুলনাত বহি দুলি থকা কার্য
উদাহরণ : তেওঁ ্এঘণ্টা ধৰি দুলি আছে
সমার্থক : দোলা
ইনস্টল