সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো উচিত, আৱশ্যক বা ভাললগা কথা নোহোৱাৰ কাৰণে মনত হোৱা দুখ
উদাহরণ : মই আপোনাৰ কামটো সময়মতে কৰিব নোৱাৰাৰ বাবে দুখিত
সমার্থক : অনুতাপ, আফচোচ, ক্ষোভ, খেদ, গ্লানি, দুঃখ, দুখ, দুখিত
অর্থ : যি কষ্টত আছে
উদাহরণ : তেওঁৰ ্ কষ্টদায়ক অৱস্থা মই চাব নোৱাৰো
সমার্থক : কষ্টকৰ, কষ্টদায়ক, দুখার্ত, দুখিত, যন্ত্রণাদায়ক, ্কাতৰ
ইনস্টল