সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো বস্তু বিক্রী কৰাৰ কাৰণে নিশ্চিত বা স্থিৰ কৰা মূল্য
উদাহরণ : আজিকালি আলুৰ দাম বহুত বাঢ়িল
সমার্থক : দৰ
অর্থ : কোনো বস্তু কিনিলে বা বেচিলে তাৰ সলনি দিবলগীয়া ধন:এই গাড়ীখনৰ দাম কিমান?
উদাহরণ :
সমার্থক : দৰ, নিৰিখ, বেচ, ভাও, মূল্য, হাৰ
অর্থ : কোনো বস্তুৰ সেই গুণ বা যোগ্যতা বা উপযোগিতা যাৰ আধাৰত তাৰ আর্থিক মূল্য নি্র্ধাৰণ কৰা হয়
উদাহরণ : হীৰাৰ মূল্য জহুৰীয়েহে জানে
সমার্থক : মূল্য
ইনস্টল