সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : মহাৰ লʼৰা
উদাহরণ : ৰাম মোৰ ভাই (মহাৰ লʼৰা)
সমার্থক : ভাই, ভাইটি, মহাৰ লʼৰা
অর্থ : জেঠোদেউৰ পুতেক
উদাহরণ : মোৰ জেঠোদেউৰ লʼৰাটো অভিযন্তা
সমার্থক : জেঠোদেউৰ লʼৰা, ভাইটি
অর্থ : কোনো কাৰণ নোহোৱাকৈ কাজিয়া কৰা বা মাৰপিট কৰালোক
উদাহরণ : দাৰোগাই আজি চাৰিআলিত এটা গুণ্ডাক ধৰি খুউব পিটিলে
সমার্থক : গুণ্ডা, বজ্জাত, বদমাচ, বদমাছ
অর্থ : যিজন ভায়েকে প্রথমে জন্ম লৈছে
উদাহরণ : শ্যামৰ ককায়েক অধ্যাপক
সমার্থক : অগ্রজ, ককাই, ককাইদেউ
ইনস্টল