সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো সাহিত্যৰ পুথি, বিশ্লেষণ আদিৰ অন্তর্গত সেই বিশিষ্ট বিভাগ যʼত কোনো এক বিষয় বা তাৰ কোনো অংগৰ বিবেচনা কৰা হয়
উদাহরণ : এই অনুচ্ছেদত ভগৱান ৰামৰ জন্মৰ অদ্ভূত বর্ণ্্না কৰা হৈছে
সমার্থক : অনুচ্ছেদ, পাৰাগ্রাফ, পেৰাগ্রাফ
অর্থ : গণনা কৰি পোৱা সময়ৰ কোনো অংশৰ হিচাপ
উদাহরণ : মহাবীৰে ৰাতিপুৱা তিনি বাৰ আহাৰ গ্রহণ কৰে
সমার্থক : বাৰ
অর্থ : কোনো বিধান বা আইনী গ্রন্থৰ সেই অংশ যʼত কোনো এক অপৰাধ, বিষয় বা কামৰ বিষয়ে কোনো কথা কোৱা হৈছে বা লিখা আছে
উদাহরণ : দফা ৪২০-ৰ অধীনত ঠগবাজিৰ শাস্তি বিহা হয়
সমার্থক : ধাৰা, নিয়ম
অর্থ : ঋণ আদি কেইবাটাও ভাগত পৰিশোধ কৰা নিয়ম
উদাহরণ : মই এই ধাৰখিনি কিস্তি হিচাপত পৰিশোধ কৰিম
সমার্থক : কিস্তি, খেপ, বাৰ
ইনস্টল