সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কুৰূপ, ক্রুৰ আৰু কাজিয়া কৰি ভাল পোৱা স্ত্রী
উদাহরণ : দন্দুৰী হোৱাতো সহজ কিন্তু শিষ্টাচাৰী হোৱাটো কঠিন
সমার্থক : ডাইনী, ডাকিনী
অর্থ : কর্কশ ্ স্বভাৱৰ নাৰী বা যি নাৰীয়ে কাজিয়াকে কৰি থাকে
উদাহরণ : কি কি কৰি যে মই এগৰাকী দাংকাটি মহিলাৰ বাচিলো
সমার্থক : উগ্র নাৰী, কর্কশ ্নাৰী, খঙাল তিৰোতা, দন্দুৰী তিৰোতা, দাংকাটি, দাংকাটি মহিলা, মুখৰা তিৰোতা
অর্থ : যি ্কর্কশ ্স্বভাৱৰ বা যিয়ে কাজিয়া কৰি থাকে
উদাহরণ : মনোহৰ এজনী উগ্রা নাৰীৰ পাল্লাত পৰিল
সমার্থক : উগ্রা, কাজিয়াখোৰ
ইনস্টল