সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : উপযুক্ত আৰু সঠিকভাৱে কৰা সংযোগ
উদাহরণ : পৰস্পৰৰ মিলৰ দ্বাৰা কঠিনৰো কঠিন কাম সম্ভৱ হয়
সমার্থক : অদ্বিতীয়ত্ব, অনুৰূপতা, অপার্থক্য, অপৃথকতা, অবিচ্ছিন্নতা, অভিন্নতা, অভিন্নত্ব, অভেদ, একতা, একৰূপতা, ঐক্য, মিল, সদৃশতা, সমতা, সমভাব, সমানয়ন, সমৰূপত্ব, সামঞ্জস্য, সাযুজ্য
অর্থ : সমান বা তুল্য হোৱা অৱস্থা
উদাহরণ : আমাৰ সৈতে আপোনাৰ কি তুলনা কৰোঁ
সমার্থক : তুলনা, সমানতা, সাম্যতা
অর্থ : কোনো বস্তুৰ গুণ, মান আদিৰ ওপৰত নির্ভৰ কৰি এটাতকৈ আনটো কম-বেছি বা ভাল-বেয়া বিচাৰ কৰা:ৰামৰ তুলনাত শ্যাম বেছি চতুৰ
উদাহরণ :
সমার্থক : উপমা, তুলনা, পাটন, ৰিজনি
অর্থ : জোখা কার্য ্বা ভাব
উদাহরণ : আপোনাৰ তুল্যতা সমান হোৱা নাই
ইনস্টল