সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো বস্তু আদি যিমান পৰিমাণৰ আছে তাতকৈ আৰু দুগুণ অধিক মাত্রাৰ এক পৰিমাণ
উদাহরণ : তিনিৰ তিনিগুণ ন
অর্থ : দুগুণতকৈ আৰু এগুণ বেছি
উদাহরণ : যোৱা কিছু বছৰত তিনিগুণ মূল্যবৃদ্ধি হʼল
অর্থ : যিমান আছে তাতকৈ আৰু দুগুণ বেছি
উদাহরণ : প্রতি বছৰৰ তুলনাত এই বছৰত তিনিগুণ বেছি শস্য উৎপাদন হৈছে
সমার্থক : তিনি গুণ
ইনস্টল