সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : তপস্যা কৰা ব্যক্তি
উদাহরণ : বিশ্বামিত্র এজন তপস্বী আছিল
সমার্থক : তপোধন, তপোনিধি, তাপস
অর্থ : আধ্যাত্মিক আৰু ভৌতিক তত্ত্বৰ জ্ঞাতা, পৰম বুদ্ধিমান, দূৰদর্শী, চৰিত্রবান আৰু ত্যাগী ব্যক্তি
উদাহরণ : ভাৰতত বহুত ডাঙৰ ডাঙৰ ঋষি হৈছে
সমার্থক : ঋষি, তপোধন, মুণি
অর্থ : তপস্যা কৰোঁতা
উদাহরণ : তপস্বী মহাত্মা সমাধিস্থ হৈ আছে
ইনস্টল