সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো বস্তু ঢালি দিয়া কাৰ্য
উদাহরণ : কৈলাসে মিলত কাঠ ঢলা কাম কৰি আছে
সমার্থক : ঢলা কাম
অর্থ : এটা বাচনৰ পৰা অন্য এটা বাচনলৈ তৰল পদার্থ ্বাকী দিয়া কার্য
উদাহরণ : পিপাৰ তেল কেৰাহীত বকা হʼল
সমার্থক : বকা
অর্থ : কোনো ঠাইত বা বস্তু আদিত থকা বস্তু আদিক কোনো অন্য ঠাই বা বস্তু আদিত
উদাহরণ : এই কলহটোৰ পানীখিনি আন এটা কলহত ঢালি দিয়া
সমার্থক : থোৱা, বকা, ৰখা
ইনস্টল