সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : বিছা, মৌ-মাখি আদিয়ে নিজৰ বিষাক্ত হুলেৰে জীৱৰ শৰীৰত বিষাক্ত দ্রৱ্য সুমুৱাই দিয়া কার্য
উদাহরণ : খেতি পথাৰত মমতাক বিছাই ডাকিলে
অর্থ : বিষাক্ত পোক-পতঙ্গ, জন্তু আদিয়ে দাতেৰে কামোৰা কার্য
উদাহরণ : খেতিয়কজনক খেতি-পথাৰত সাপে খুটিলে
সমার্থক : কামোৰা, খুটা
ইনস্টল