সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি কোনো কাম কৰিবৰ বাবে সমর্থ
উদাহরণ : এই কামটোৰ কাৰণে এজন যোগ্য ব্যক্তিৰ আৱশ্যক চাকৰিটোৰ বাবে উপযুক্ত প্রার্থী নির্বাচিত নহʼল
সমার্থক : উচিত, উপযুক্ত, যথাযথ, যথার্থ, যথোচিত, যুগুত, যোগ্য, সংগত, সমর্থ, সমীচীন, সমুচিত, ্ যথাযোগ্য
অর্থ : কোনো কথা বা কাম শুদ্ধভাৱে কৰা:মন্ত্রীজনে উচিত কথা কোৱাত সাংবাদিকসকল নিশ্চুপ হৈ ৰʼল
উদাহরণ :
সমার্থক : উচিত, উপযুক্ত, যথাযোগ্য, যথার্থ, যথোচিত, যুগুত, যোগ্য, সংগত, সমীচীন, সমুচিত, হক, ্ যথাযথ
অর্থ : যেনেকুৱা বস্তু তেনেকুৱাই থকা বা যʼত কোনো ধৰণৰ বিনির্মাণ বা লুক-ঢাক নাই
উদাহরণ : সাক্ষীয়ে ভয় খাই সঁ্চা কথা নকʼলে
সমার্থক : যথার্থ, সঁ্চা, সত্য
অর্থ : যেনে হোৱা উচিত তেনেধৰণৰ
উদাহরণ : এই কথাটো মোৰ উচিত যেন লগা নাই
সমার্থক : উচিত, উপযুক্ত, যোগ্য, সঠিক
অর্থ : যʼত কোনো ধৰণৰ ব্যৱস্থা বা নিয়ম আছে
উদাহরণ : তেওঁ ্কোঠাটোৰ ঠিক কৰি থোৱা বস্তুবোৰ খেলিমেলি কৰি দিলে
সমার্থক : বিন্যস্ত, ব্যৱস্থিত
অর্থ : যিটো নি্র্ধাৰিত বা নিশ্চিত
উদাহরণ : মই নিশ্চিত ঠাইত উপস্থিত হʼম
সমার্থক : নির্দিষ্ট, নিশ্চিত, নি্র্ধাৰিত, নিয়ত, সঠিক
ইনস্টল