সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কাঁচৰ ৰঙৰ এক খুউব মিহি ধাতু যাৰ পৰমাণু ক্রমাংক পঞ্চাশ
উদাহরণ : টিং বনাবলৈও বগী তাম ব্যৱহাৰ কৰা হয়
সমার্থক : বগী তাম, ৰাং
অর্থ : ধাতু , প্লাষ্টিক আদিৰে তৈয়াৰ কৰা ঢাকোন থকা পাত্র
উদাহরণ : তেওঁ ্ চেনি আদি ৰাখিবলৈ বজাৰৰ পৰা চাৰিটা টেমা কিনি আনিলে
সমার্থক : টেমা, ডিব্বা, বৈয়াম, বয়াম
অর্থ : টিনৰ পাতল তৰপেৰে বনোৱা ঘূৰণীয়া
উদাহরণ : তেওঁৰ ্পাকঘৰটো টেমাৰে ভৰি আছে
সমার্থক : টেমা
অর্থ : এবিধ ৰূপালী ৰঙৰ নমনীয় ধাতৱীয় পদার্থ
উদাহরণ : টিনৰ পৰা বহুতো লাগতিয়াল বস্তু তৈয়াৰ কৰিব পাৰি
সমার্থক : ৰাং
ইনস্টল