সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : তলপেটৰ তলৰ কঁ্কাল আৰু উৰুৰ সন্ধি স্থল
উদাহরণ : মোৰ তপিনাত বিষ হৈছে
সমার্থক : তপিনা
অর্থ : তাচৰ এখিলা পাত
উদাহরণ : তাচ খেলত প্রত্যেক ৰঙৰ এটাকৈ টিক্কা থাকে
সমার্থক : ইক্কা, টিক্কা, টেকা, টেক্কা
অর্থ : কঁ্কালৰ তলৰ পিছফালে থকা ওখ অংশ
উদাহরণ : তেওঁৰ নিতম্বত এটা ফোঁহা হৈছে
সমার্থক : কটি, তপিনা, নিতম্ব, পশ্চাৎ দেশ, শ্রোণী
অর্থ : সোনকালে বেয়া বা নষ্ট নোহোৱা বা কামত দিয়া
উদাহরণ : ভাল কোম্পানীৰ উৎপাদিত সামগ্রী বেছিদিন চলে
সমার্থক : চলা
ইনস্টল