সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিহৰ প্রয়োজনীয়তা আছে
উদাহরণ : তেওঁ ্ কোনো দৰকাৰী কামৰ বাবে চহৰলৈ গৈছে
সমার্থক : আৱশ্যক, জৰুৰত, দৰকাৰী, প্রয়োজন, ্দর্কাৰী
অর্থ : সাধাৰণতকৈ অতিৰিক্ত তথা তাতকৈ অলপ আগবঢ়া বা যিমান হোৱা উচিত বা হয় তাতকৈ অলপ অধিক
উদাহরণ : মই ইয়াত এক বিশেষ কামৰ কাৰণে আহিছোঁ
সমার্থক : বিশেষ
ইনস্টল